নমস্কাৰ, মই এছপায়াৰ একাডেমীৰ পৰা ইমৰাণা ছিদ্দিকাই কৈছো। মই বৰ্তমান উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰী। মই যেতিয়া দশম শ্রেণীত পঢ়ি আছিলো তেতিয়াই এছপায়াৰ একাডেমীৰ বিষয়ে গম পাইছিলো। এই একাডেমীৰ পৰা মই বহুখিনি সুবিধা লাভ কৰিছো।
মোৰ আগতে পাৰ্চেন্টেজ বৰ এটা ভাল নাছিল। বিজ্ঞান বিষয়টোত মই বহুতো পিচ পৰি আছিলো,কিন্তু এছপায়াৰ একাডেমীত জইন হোৱাৰে পৰা মোৰ মাৰ্কচ্ ভাল হ’ব ধৰিলে। মোৰ HSLC পৰীক্ষাৰ ফলাফলো উন্নত কৰিব পাৰিলো। এছপায়াৰ একাডেমীক বহুত ধন্যবাদ মোক ইমানখিনি আগবঢ়াই দিয়াৰ বাবে। মই গৌৰৱ অনুভৱ কৰো যে মই এছপায়াৰ একাডেমীৰ এগৰাকী ছাত্ৰী।
মই মোৰ ছিনিয়ৰ আৰু জুনিয়ৰ যিসকলে এই একাডেমীৰ বিষয়ে নাজানে তেওঁলোক এই একাডেমীত জইন হোৱাটো বিছাৰো। কিয়নো ইয়াৰ দ্বাৰা তেওঁলোক উপকৃত হ’ব। আশা কৰো এছপায়াৰ একাডেমীয়ে এনেকৈয়ে যাতে ছাত্ৰ-ছাত্রীসকলক সহায় কৰি যায়। শেষত একাডেমীৰ সকলো শিক্ষাগুৰুলৈ ধন্যবাদ জনালো।
Hello, I am Imrana Siddique from Aspire Academy. I am currently a first year student of higher secondary school. I learned about Aspire Academy when I was in 10th grade. I have benefited greatly from this academy.
I didn’t have a very good percentage before. I was lagging behind in science, but since joining Aspire Academy, my marks started improving. I was also able to improve my HSLC results. Many thanks to Aspire Academy for offering me so much. I am proud to be a student of Aspire Academy.
Imrana Siddique, Aspire Student
ক্লাছ টেনত মই আমাৰ স্কুলত এচপায়াৰ একাডেমীৰ কথা প্ৰথম গম পাইছিলো, তাৰ পাছত মই এচপায়াৰ একাডেমীত জইন হ’লো । এছপায়াৰ একাডেমীত জইন হোৱাৰ আগতে মই ৬৯-৭০ শতাংশ স্কৰহে কৰি আছিলো। যেতিয়াৰ পৰা এই এছপায়াৰ একাডেমীত জইন হ’লো তেতিয়াৰ পৰা মোৰ পৰীক্ষাৰ ফলাফলবোৰ আগতকৈ উন্নত হ’ল লগতে ৭০% ৰ পাৰ কৰিব নোৱাৰা মই মেট্ৰিক পৰীক্ষাত ৮২.৮৩% পাবলৈ সক্ষম হ’লো। সেইবাবে এছপায়াৰৰ সকলো মোৰ ফালৰ পৰা বহুত ধন্যবাদ।
I first heard about Aspire Academy in our school in class ten, then I joined Aspire Academy. Before joining Aspire Academy, I was scoring 69-70 percent. Since I joined this Aspire Academy, my exam results have improved and I have been able to get 82.83% in my matriculation examination which I could not pass 70%. So thank you very much to everyone at Aspire.
Bhaskar Dutta, Aspire Student
মেট্ৰিক পৰীক্ষাত এছপায়াৰ একাডেমীয়ে মোক বহুত সহায় কৰিছে। তেওঁলোক এতিয়া মোৰ বাবে এটা পৰিয়ালৰ দৰে। ভাস্কৰ ছাৰে মোৰ লগত প্ৰায়েই যোগাযোগ কৰি মোৰ অৱস্থা কেনেকুৱা হৈছে।
মই এতিয়া ক্লাছ ১১ কমাৰ্চত পঢ়িছো আৰু লগত ইংৰাজী, একাউণ্টেন্সি, অৰ্থনীতি আৰু গণিত লৈছো। কাৰণ মোৰ আৰ্থিক সমস্যা আছিল ছাৰে মোক বিনামূলীয়া পাঠ্যক্ৰম দিছিল। এছপায়াৰ একাডেমীৰ প্ৰতি মই অতিশয় কৃতজ্ঞ। মোৰ দৰে সকলো ছাত্ৰ-ছাত্ৰীক মই তেওঁলোকৰ পৰা শিকিবলৈ উৎসাহিত কৰিছো কাৰণ তেওঁলোকে আন টিউচনৰ দৰে আপোনাৰ ধনৰ পিছত নহয় বৰঞ্চ ভাল শিক্ষা প্ৰদানৰ প্ৰতি আগ্ৰহী।
Aspire Academy has helped me a lot in my matriculation examination. They are like a family to me now. Bhaskar sir often contacts me to see how I am doing.
I am now in class 11 Commerce and have taken English, Accountancy, Economics and Mathematics. Because I had financial problems, the teacher gave me free courses. I am very grateful to Aspire Academy. I encourage all students like me to learn from them because they are not after your money like other tuitions but are interested in providing a good education.
Deepjyoti Kalita, Aspire Student